National HighwayNational Leader

national language (English) [ IPA: ˈnæʃnəl ˈlæŋgwɪdʒ ASM: নেচনেল লেংগুৱেজ]
Contributed by: Partha P Sarmah on 2008-11-30
1. (Abstract Noun) the official language(s) of a country. কোনো এখন দেশৰ চৰকাৰী, প্ৰশাসনিক কাম কাজ চলাবৰ বাবে সমগ্ৰ দেশজুৰি ব্যৱহাৰ কৰা ভাষা৷ কোনো দেশত দুটা বা অধিক ৰাষ্ট্ৰভাষা থাকিব পাৰে৷